Posted by bulmoni • 4 days ago

নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

Discussions (1)
bulmoni · 4 days ago
সৈনিকজনে চিঠিত পত্নীক অনুৰোধ কৰিছে যে, শত্ৰুৰ কামানৰ আঘাতত যদি তেওঁৰ কেনেবাকৈ মৃত্যু হয় ঘৈণীয়েকে যাতে তেওঁলোকৰ ল’ৰা দুটাৰ সম্পূৰ্ণ দায়িত্ব লয় ৷ সিহঁতে যাতে কেতিয়াও পিতৃৰ অভাৱবোধ কৰি মনোকষ্ট ভুগিব লগা নহয় তাৰ প্ৰতি মমতাক অতি সতৰ্ক হ’বলৈ কৈছে ৷
Log in to join the discussion.