Posted by bulmoni • 7 days ago
নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা ?
Discussions (1)
bulmoni
·
7 days ago
পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল । ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল’ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল । নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল । নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল ।
Log in
to join the discussion.