Posted by bulmoni • 7 days ago

'নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ'- ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।

Discussions (1)
bulmoni · 7 days ago
মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ ব্য়ৱহাৰ কৰা উচিত। মানুহে কাৰ লগত কেনেকুৱা ব্য়ৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'ব লগা হয়। আমি নিয়ম মতে চলিব লাগে। সময় কাৰো বাবে ৰৈ নাথাকে, এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে। গতিকে নিয়ম মতে কামবোৰ কৰিলে পাছত অসুবিধা নহয়।
Log in to join the discussion.