Posted by bulmoni • 3 days ago

'নিয়ৰ' কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা ।

Discussions (1)
bulmoni · 3 days ago
তৎসম - - - - - - - - - - তদ্ভৱ
মুক্তা - - - - - - - - - - মুকুতা
স্ফটিক - - - - - - - - - - ফটিক
তাৰা - - - - - - - - - - তৰা
স্বৰ্গ - - - - - - - - - - সৰগ
মণি - - - - - - - - - - মনি
Log in to join the discussion.