Posted by hirak • 7 days ago

"নমস্কাৰ" শব্দটো সন্ধি ভাঙিলে এনে হ'ব 一 নমঃ + কাৰ। 一 এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা -- পুৰস্কাৰ, পৰিস্কাৰ, নিৰূপায়, বহিষ্কাৰ

Discussions (1)
hirak · 7 days ago
পুৰঃ + কাৰ = পুৰস্কাৰ পৰিঃ + কাৰ = পৰিস্কাৰ নিঃ + উপায় = নিৰূপায় বহিঃ + কাৰ = বহিষ্কাৰ
Log in to join the discussion.