Posted by bulmoni • 2 days ago

নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷

Discussions (1)
bulmoni · 2 days ago
মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ, সুন্দৰ ৷ এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ ৷ নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে ৷ জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে ৷ মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ণ হয় ৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠি ৷
Log in to join the discussion.