Posted by bulmoni • 2 days ago

ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

Discussions (1)
bulmoni · 2 days ago
ওমৰ খায়াম হ'ল ফাৰ্চী ছুফী কবি ৷ তেওঁ ৰচনা কৰা এখন পুথি হ’ল "ৰুবায়ত" ৷
Log in to join the discussion.