Posted by bulmoni • 2 days ago

'ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?

Discussions (1)
bulmoni · 2 days ago
'ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ 'ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷
Log in to join the discussion.