Posted by bulmoni • 7 days ago

পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

Discussions (1)
bulmoni · 7 days ago
কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।
বা
কবিৰ মতে মানুহ দেৱতাতকৈয়ো শ্ৰেষ্ঠ।কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থকিব নোৱাৰে। সেয়ে পাদ্য-অৰ্ঘ্য পূজাৰ সকলো উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠতৃ প্ৰতিপন্ন কৰিব বিচাৰিব।
Log in to join the discussion.