Posted by bulmoni • 7 days ago

পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।

Discussions (1)
bulmoni · 7 days ago
'সময়' পাঠটিৰ লেখক হ'ল - নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হ'ল - 'সাহিত্য কলা', 'চিন্তামণি', 'জ্যোতিকণা', 'মানসী', 'সন্ধানী'। তেখেতে 'আলোচনী' আৰু 'ন-জোন' কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে।
Log in to join the discussion.