Posted by bulmoni • 4 days ago
'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে - বুজাই লিখা ৷
Discussions (1)
bulmoni
·
4 days ago
'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্ৰকাশিত হৈছে ৷ ৰাজপথৰ উদাৰ বুকুৰ ওপৰেদি জীৱনক গতি দিয়া ট্ৰাম, বাছ, টেক্সি, ৰিক্সাবোৰ চলি থকাৰ লগতে প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত উদভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰো চলে ৷ জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা ভদ্ৰ মহিলাই সমাজৰ চকুত ধূলি দি কোনোবা ডাঙৰ অট্টালিকাত নিজৰ দেহ বিক্ৰী কৰে ৷
Log in
to join the discussion.