Posted by bulmoni • 4 days ago

ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷

Discussions (1)
bulmoni · 4 days ago
'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্ৰয়স্হলী ফুটপাথ তাকেই বুজাব বিচৰা হৈছে ৷
Log in to join the discussion.