Posted by hirak • 7 days ago

ৰহমৰ, গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

Discussions (1)
hirak · 7 days ago
'ৰহম' মানে হ'ল - দয়া। 'গিৰিহঁত' মানে হ'ল –গৰাকী বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অর্থাৎ আল্লাক দয়াৰ গৰাকী বুলি কোৱা হৈছে ।
Log in to join the discussion.