Posted by bulmoni • 4 days ago
" ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল শতৰু কৰি" - ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
Discussions (1)
bulmoni
·
4 days ago
ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল ৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল ৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ৷
Log in
to join the discussion.