Posted by bulmoni • 4 days ago

সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?

Discussions (1)
bulmoni · 4 days ago
সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷
Log in to join the discussion.