Posted by bulmoni • 1 day ago
শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেইবীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা।
Discussions (1)
bulmoni
·
1 day ago
শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন।
Log in
to join the discussion.