Posted by bulmoni • 1 day ago
শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।
Discussions (1)
bulmoni
·
1 day ago
শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য্য, সংকট নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বৃক্ষৰ গুৰিয়ে-শিপায়ে ঠালে-ঠেঙুলিয়ে উৎপাদন।
বা
শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কারক আছিল সুচিন্তিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু অভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰ্মূল।
Log in
to join the discussion.