Posted by bulmoni • 7 days ago

সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ হৈছিল বুজাই লিখা ?

Discussions (1)
bulmoni · 7 days ago
সিদ্ধাৰ্থই ড্ৰাগছ আসক্ত হৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল ।
সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণদোকানী জনৰ হাতত তুলি দিছিল, সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল, সেইবাবে তাৰ অন্তৰ্দ্বন্দ হৈছিল ।
Log in to join the discussion.