Posted by bulmoni • 7 days ago
সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা?
Discussions (1)
bulmoni
·
7 days ago
সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল । সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগিছিল।
Log in
to join the discussion.