Posted by bulmoni • 7 days ago

সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ?

Discussions (1)
bulmoni · 7 days ago
সিদ্ধাৰ্থই নিচা জাতীয় বস্তু সেৱনত ধৰিছিল। যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ।
Log in to join the discussion.