Posted by bulmoni • 7 days ago
সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?
Discussions (1)
bulmoni
·
7 days ago
সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মূখামুখি হ’ব খোজা নাছিল কাৰণ – সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ, যন্ত্ৰণা, একাকীত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল ।
Log in
to join the discussion.