Posted by bulmoni • 7 days ago

`সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ কি?

Discussions (1)
bulmoni · 7 days ago
সিহে পায় নিজে নিজে আলাসত ঠাই'-ইয়াত আলাস' শব্দটোৰ অৰ্থ হ'লঃ আকাশ, শূন্য কিন্তু কবিতাটিত `আলাস' শব্দটোৱে হৃদয়ত বুজাইছে।
বা
আকাশ, শূন্য।
Log in to join the discussion.