Posted by hirak • 7 days ago

সমার্থক শব্দ লিখা - তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।

Discussions (1)
hirak · 7 days ago
তৰু - বৃক্ষ, গছ, উদ্ভিদ। মুক্তি - মোক্ষ, নিৰ্বাণ, মুকলি। সুমধুৰ - মধুৰত্ব, ঘুমিষ্ট, মৌ - সনা। অভিমান - পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ। ধ্যানী - মনস্বী, ধ্যাতা, কৃতধী।
Log in to join the discussion.