Posted by bulmoni • 7 days ago
সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।
Discussions (1)
bulmoni
·
7 days ago
সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত কুৰি মাইল যোৱা ল'ৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত দুই মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ জনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে।
Log in
to join the discussion.