Posted by hirak • 7 days ago
সন্ধি ভাঙাঃ সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
Discussions (1)
hirak
·
7 days ago
সংস্কৃতি = সম্ + কৃতি সমন্বয় = সম্ + অন্বয় সম্বন্ধ = সম্ + বন্ধ ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত সন্মত = সম্ + মত
Log in
to join the discussion.