Posted by bulmoni • 2 days ago
তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?
Discussions (1)
bulmoni
·
2 days ago
তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ'ল 'সত্য' আৰু 'ধর্ম'। অর্থাৎ সত্য ক'বা আৰু ধর্ম আচৰণ কৰিবা ।
Log in
to join the discussion.