Posted by bulmoni • 1 day ago

যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়োজন আছে লিখা।

Discussions (1)
bulmoni · 1 day ago
যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ।
Log in to join the discussion.