জিকিৰ
Questions / প্ৰশ্নবোৰ 👇🏻
মোমিনৰ অৰ্থ কি?
জিকিৰৰ ৰচক কোন?
জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?
জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত ?
জিকিৰত উল্লেখ থকা আদম কোন?
জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰত্ব দিয়া হয়?
মক্কা কি?
জিকিৰ শব্দৰ অৰ্থ কি?
আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে?
ৰহমৰ, গিৰিহঁত শব্দ দুটাই কি বুজাইছে?
মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?
চমুটোকা লিখাঃ (ক) আজান ফকীৰ।
জিকিৰৰ বিষয়ে এটি টোকা লিখা।
প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা:- (ক) “আচমানৰ কুটুব তৰা আদমৰ জাত। সজাত মইনা আছে ঘনে লগায় মাত॥" - অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা।
প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা:- খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ॥
প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা:- গ) সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি॥
2. "মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।" 一 তিৰবেণী ঘাট কথাষাৰে কি বুজাইছে? কি কাৰণে মক্কাই বাট ভেটি ধৰে খৰচি মাৰি লিখা।
3. দেও মাৰি পাৰ হৈ জীৱই আছে চাই। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ॥ 一 দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।
জিকিৰৰ ৰচক কোন?
আজান ফকীৰৰ আচল নাম কি আছিল?