প্ৰশস্তি
Questions / প্ৰশ্নবোৰ 👇🏻
ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?
ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল?
ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল?
ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।
ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
প্ৰশস্তিৰ অৰ্থ কি?
'প্ৰশস্তি' কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে?
আনন্দত কাৰ প্ৰাণ টলমল হৈছে?
প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
'ঊষাৰ কঙ্কুম ৰাগে ৰঞ্জিলে বসুধা' - কবিতাটোত 'ঊষা' বুলি কাৰ কথা কোৱা হৈছে?
ৰঘুনাথ চৌধাৰীক "বিহগী কবি" বুলি কিয় কোৱা হয়?
ৰঘুনাথ চৌধাৰী কোনকেইখন কাকতৰ লগত জড়িত আছিল?
ৰঘুনাথ চৌধাৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা।
'প্ৰশস্তি' কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।
সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
ব্যাখ্যা কৰা - (ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান, জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান।।
ব্যাখ্যা কৰা - খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী।
ব্যাখ্যা কৰা - গ) মোহন কীচক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ ! সুন্দৰৰ কৰা ৰূপধ্যান।
ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?
ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?
মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে?
অর্থ লিখা - কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
বাক্য ৰচনা কৰা - দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
সমার্থক শব্দ লিখা - তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?