অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Questions / প্ৰশ্নবোৰ 👇🏻
জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
'চিত্ৰবন' ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?
জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ “জয়মতী’ বোলছবিখন কিমান চনত নির্মাণ কৰিছিল ?
উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
'ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?
লতা মংগেছকাৰে গোৱা প্রথম অসমীয়া গীতটি কোনখন কথাছবিৰ?
ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম কি?
আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা ছবিখনৰ নাম কি?
ভূপেন হাজৰিকাই খাচি ভাষালৈ ডাব কৰা ছবিখনৰ নাম কি?
ব্ৰজেন বৰুৱাই পৰিচালনা কৰা তিনিখন ছবিৰ নাম লিখা।
জাহ্নু বৰুৱাই পৰিচালনা কৰা প্রথম ছবিখনৰ নাম কি?
নাটকীয় উপাদানেৰে ভৰা কেইখনমান ছবিৰ নাম লিখা।
অশোক কুমাৰ বিষয়াই পৰিচালনা কৰা ছবিখনৰ নাম কি?
মুনীন বৰুৱাই নির্মাণ কৰা ছবিখনৰ নাম কি?
হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মাণ কৰা প্ৰথম অসমীয়া ছবি কোনখন?
'ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন ?
ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰষ্কাৰ কোনে লাভ কৰে?
সতী বেউলা’ ছবিখনৰ কোনে সংগীত পৰিচালনা কৰিছিল ?
ড˚ ভৱেন্দ্ৰ নাথ শইকীয়াই কোন ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল ?
অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।