লোকসংস্কৃতি
Questions / প্ৰশ্নবোৰ 👇🏻
লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ?
লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ ?
লোককৃষ্টি কাক বোলা হয় ?
লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?
পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি ?
লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি ?
চমু টোকা লিখা : নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুঁচৰি গীত ।
'লোকজীৱন তিনিটা ভাগত বিভক্ত' - লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া
লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা।
লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি ? ভাগবোৰৰ নাম লিখা
ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু সামগ্ৰী কি ? ইয়াৰ উপ-বিভাগ কি কি ?
'অ' মাই যশোৱা হে, মাইহে যশোৱা.....' গীতটি কোনে লিখিত ৰূপ দিয়ে ?
তাৎপৰ্য লিখা : (ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি
খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে ।