সন্মান
Questions / প্ৰশ্নবোৰ 👇🏻
অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?
ছাত্ৰৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ?
'তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো ৰজা' - 'তেওঁ' কোন ?
হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল ?
হেমকোষ কি ?
'কানীয়াৰ কীৰ্তন'ৰ ৰচক কোন ?
'ঈশ্ৱৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়' - কথাষাৰ বুজাই লিখা ?
শিক্ষকৰ প্ৰতি ছাত্ৰই মান- সৎকাৰ কিয় ৰাখিব লাগে ?
'সন্মান' পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা ।
সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে ।
হেমচন্দ্ৰ বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা ।
কোনসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে ।
ঈশ্বৰৰ আদি অন্ত আছেনে ।
সকলোৱে কাক ভক্তি কৰা উচিত ।
কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় ?
কবিয়ে আমি ধনী, মানী আৰু যশস্ৱী হ'লে কাৰ আনন্দৰ সীমা নথকাৰ কথা কৈছে ?
অধিকাৰ নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি ।