চোৰধৰা
Questions / প্ৰশ্নবোৰ 👇🏻
কানাই বুলি কাৰ কথা কোৱা হৈছে ?
লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
'ওহি বান্দীসৱক থানে আৱৰ নাহি '। 一'আৱৰ নাহি' বুলি কোনে কাক কৈছিল ?
'হে মাই যশোদে, তোহো তাপ তেজহ ।' 一যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল ?
শ্ৰী কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?
'ইহা শুনি চিন্তা শোক তেজিৱে পৰম হৰষিত ভেল'一 কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?
মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?