হনুমন্তৰ লঙ্কাদৰ্শন
Questions / প্ৰশ্নবোৰ 👇🏻
মাধৱ কন্দলী কোন আছিল ?
মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ?
মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল ?
মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
'হনুমন্তৰ লঙ্কাদৰ্শন' - কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?
মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ আছে ?
মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
তলত দিয়াবোৰৰ টোকা লিখা :
লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?
হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?
হনুমন্তই পদূলি সময়ত দেখা লঙ্কা নগৰীৰ এটি বৰ্ণনা দিয়া ।
সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?
সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
'হনুমন্তৰ' লঙ্কাদৰ্শন' কাব্য়াংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।