সুখ
Questions / প্ৰশ্নবোৰ 👇🏻
মানুহৰ সুখ দুখৰ আচল কথা কি?
কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?
নি:স্বাৰ্থৰ বাট কেনেকুৱা ?
কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় 'ভাঙনি কোঁৱৰ' বুলি কোৱা হয় ?
কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ?
কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?
কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা
ব্যাখ্যা কৰাঃ ক) অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, লোকৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই,
খ) গাই- গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পৱিত্ৰ বৰত লোৱা।
গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজেপতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে ।