পোহৰৰ বাটে আগবঢ়া গাওঁ খন
Questions / প্ৰশ্নবোৰ 👇🏻
ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল?
পিপলান্ত্ৰি গাওঁখন ক'ত অৱস্থিত?
কিহৰ বাবে পিপলান্ত্ৰি গাওঁখনে 'গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড'ছত স্থান পাইছিল?
পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমৰ পিপলান্ত্ৰি গাৱঁৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে?
'Tree Sisters' নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?
কিৰণ কোন আছিল?
ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?
'কিৰণ নিধি যোজনা'ৰ আঁৰৰ মানুহজন কোন?
কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?
পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?
শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা?
'কিৰণ নিধি যোজনা' কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?
কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?
পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা?
পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?