মানৱ বন্দনা
Questions / প্ৰশ্নবোৰ 👇🏻
'মানুহেই পৰাৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?
মানুহক 'ময়াপী জীৱ' বোলাৰ অৰ্থ কি?
পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
'এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।' কথাষাৰৰ অৰ্থ বুজাই লিখা।
মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে।
মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই জয় জয় জয় মানৱ দেৱ।