প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Questions / প্ৰশ্নবোৰ 👇🏻
কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
কবিক বিশাল দৃষ্টি কোনে দিলে?
'মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ' - ইয়াত 'বিদ্যুৎ' শব্দই কি বুজাইছে?
প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
বজ্ৰই কবিক কি কি দিলে?
কবিয়ে 'সচাঁ উদাৰতা' কথাষাৰেৰে কি বুজাব খুজিছে?
কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
ব্যাখ্যা কৰা : ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া।
গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।
ঘ) মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰোঁ।