মোৰ দেশ
Questions / প্ৰশ্নবোৰ 👇🏻
হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল?
হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
'মোৰ দেশ' কবিতাটোৰ মূলভাৱ লিখা।
অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
মোৰ জীৱনৰ আঁহে আঁহে মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?