অন্যৰ প্ৰতি ব্য়ৱহাৰ
Questions / প্ৰশ্নবোৰ 👇🏻
'সাৰথি' পুথিখন কাৰ ৰচনা?
কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
সজ ব্যৱহাৰৰ অনুপান কি?
মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়?
'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল'। - ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
'বহল ব্যাকৰণ' পুথিখন কাৰ ৰচনা?
ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
সোণৰ জেউতি অমান্য কৰিলে নকমে।