শিক্ষাৰ ধাৰনা
Questions / প্ৰশ্নবোৰ 👇🏻
শিক্ষা কি ?
শিক্ষাৰ সংজ্ঞা দিয়া ।
সংকীৰ্ণ অৰ্থৰ শিক্ষা মানে কি ?
ব্য়াপক অৰ্থৰ শিক্ষা মানে কি ?
'শিক্ষা এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া' --কথাষাৰ কোনে কৈছিল ?
আনুষ্ঠানিক শিক্ষা কাক বোলে ?
আনুষ্ঠানিক শিক্ষা কি ?
অগতানুগতিক শিক্ষা কি ?
দ্বি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ দুটা কি কি ?
ত্ৰি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ পক্ষ কেইটা কি কি ?
শিক্ষাৰ ব্য়ুৎপত্তিগত অৰ্থ লিখা ।
শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্যবোৰ লিখা ।
ব্য়াপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখা ।
শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
আনুষ্ঠানিক শিক্ষা প্ৰধান বৈশিষ্ট্য পাঁচটা লিখা ।
অনানুষ্ঠানিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
অগতানুগতিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্যবোৰ লিখা ।
সমনীয়াৰ দলৰ শিক্ষামীলক কাৰ্যবোৰ উল্লেখ কৰা।
অগতানুগতিক শিক্ষাৰ যিকোনো এটা মাধ্যম বৰ্ণনা কৰা।
শিক্ষাৰ সংজ্ঞা দিয়া আৰু পৰিসৰ বৰ্ণনা কৰা।
শিক্ষাৰ ব্য়াপক অৰ্থ বৰ্ণনা কৰা। শিক্ষাৰ প্ৰকৃতি বহলাই আলোচনা কৰা।
বিদ্য়ালয়ৰ কাৰ্যৱলী বৰ্ণনা কৰা।
অনানুষ্ঠাানিক শিক্ষাৰ মাধ্য়ম স্বৰূপে পৰিয়ালৰ ভূমিকা আলোচনা কৰা।
শিক্ষাৰ যিকোনো এটা গ্ৰহণযোগ্য় সংজ্ঞা বৰ্ণনা কৰা।
অগতানুষ্ঠানিক শিক্ষাৰ মাধ্য়ম স্বৰূপে দূৰত্ব শিক্ষা অৰু মুক্ত শিক্ষাৰ বিষয়ে অলোচনা কৰা।
শিক্ষাৰ ব্য়ক্তিগত বিকাশ সাধনৰ কাৰ্যাৱলীবোৰ বহলাই লিখা ।
আত্মোপলদ্ধি আৰু সফল জীৱন আহৰণৰ বাবে কৌশলৰ লগত জড়িত শিক্ষাৰ কাৰ্জবোৰ লিখা।
শিক্ষাৰ মানৱীয় মূল্যবোধ বিকাশৰ কাৰ্যবোৰ বৰ্ণনা কৰা।
সামাজিক পৰম্পৰা আৰু সামাজিক প্ৰগতিৰ লগত জড়িত শিক্ষাৰ কাৰ্জবোৰ কি কি ?