বংগ বিভাজন আৰু স্বদেশী আন্দোলন
Questions / প্ৰশ্নবোৰ 👇🏻
১। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি আছল?
২। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্রাম কি?
৩। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
৪। ৰংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি?
৫। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?
৬। কিমান চনত লৰ্ড কার্জনে পূৰ্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল?
৭। পূৰ্ববংগ আৰু অসমক লগ লগাই কোনে এখন নতুন জিলা গঠন কৰিছিল?
৮। ৰেগুলেটিং এক্টৰ জৰিয়তে কোন দুজন গৱৰ্ণৰক ফ’ৰ্ট উইলিয়াম গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?
৯। বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল?
১০। ব্ৰিটিছে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে কেতিয়া ব্যৱস্থা হাতত লৈছিল?
বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক—
(a) অমৰ নাথ।
(b) গিৰীশ কুমাৰ।
(c) অমৃত প্রভা।
(d) অম্বিকাগিৰি ৰায় চৌধুৰী।
১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—
(a) ২৬ জানুৱাৰী।
(b) ১৬ অক্টোবৰ।
(c) ১৫ আগষ্ট।
(d) ১৪ মার্চ।
‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল—
(a) শ্বিলঙত।
(b) পাকিস্তানত।
(c) বংগদেশত।
(d) ঢাকাত।