Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।

UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছেঃ

(ক) তাজমহল।

(খ) অজন্তাৰ গুহাসমূহ আৰু

(গ) সাঁচীৰ স্তুপ।

Write Your Answer