Add Book Write Article
Cancel

অস্ট্রিক জনগোষ্ঠীৰ লোকসকলে বর্তমান অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ক'ত বসবাস কৰে?

By uf9b861367c on 1 month ago
April 10, 2025, 10:25 a.m.

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃতভাবে বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকল এই অস্ট্রিক জনগোষ্ঠীৰ লোক। এই লোকসকলৰ কিছু সংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰি আছে। কিছু সংখ্যক জয়ন্তীয়ালোক অৱশ্যে মেঘালয়ৰ সীমাৰ কাছাৰ জিলাত পোৱা যায়।