Add Book Write Article
Cancel

অসমৰ মানুহ সংস্কতি

By uf9b861367c on 1 month ago
অসমীয়া জাতি-গঠন প্রক্রিয়াত কোন তিনিটা প্ৰজাতিৰ লোকে অংশগ্রহণ কৰিছে?
অস্ট্রিক জনগোষ্ঠীৰ লোকসকল ক'ৰপৰা অসমলৈ আহিছিল?
অস্ট্রিক জনগোষ্ঠীৰ লোকসকলে বর্তমান অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ক'ত বসবাস কৰে?
ড° বাণীকান্ত কাকতিৰ মতে 'প্রাগজ্যোতিষ' শব্দটোৰ উৎস কি আৰু ইয়াৰ অৰ্থ কি?
অসম বা এই অঞ্চললৈ অহা প্রথম জনগোষ্ঠীটো কি?
ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ জাতি আৰু জনজাতিৰ মাজত পাৰ্থক্য আছেনে?
'Culture' শব্দৰ মূল কি?
'Culture' শব্দটোৰ মূল উৎস কি আৰু ইয়াৰ অৰ্থ কি?
সংস্কৃতিৰ গৱেষক পণ্ডিতসকলে সভ্যতাক কি হিচাপে আখ্যা দিছে?
সংস্কৃতিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
ব্যক্তি সত্তাৰ পৰিসৰতকৈ সংস্কৃতিৰ পৰিসৰ ব্যাপক নে?
অভিজাত সংস্কৃতিৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা।
সংস্কৃতিৰ গৱেষক পণ্ডিতসকলে সভ্যতাক সংস্কৃতি কি কি স্তৰত ভাগ কৰিছে?
প্রখ্যাত নৃতত্ত্ববিদ এডৱাৰ্ড বাণেট টাইলাৰৰ সংস্কৃতি সম্পৰ্কে আগবঢ়োৱা সংজ্ঞাটো কি?
নৃতত্ত্ববিদ মেলভিল জে হাৰ্চকভিৰ সংস্কৃতি সম্পর্কে আগবঢ়োৱা সংজ্ঞাটো কি?
বিলিয়াম এ হাভিলেন্ডে সংস্কৃতি সম্পর্কে আগবঢ়োৱা সংজ্ঞাটো কি?
অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠীটো কি?
পোনতে কোনেবনৰীয়া হাতী ঘৰচীয়া কৰিছিল?
কোনে পোনপ্রথমে অসমত কৃষি সংস্কৃতিৰ পাতনি তৰিছিল?
'কায়স্থ' শব্দটো কাৰ সংস্কৃতীয়া ৰূপ?