Add Book Write Article
Cancel

অসমৰ মাৰ্গীয় (শাস্ত্রীয়) সংস্কৃতি

By uf9b861367c on 1 month ago
সত্র কি?
'সত্ৰ' শব্দৰ অর্থ কি?
সংহতি অনুসৰি সত্ৰক কি কি ভাগত ভাগ কৰা হৈছে?
শাস্ত্রীয় নৃত্য কাক বোলে?
অসমৰ মার্গীয় বা শাস্ত্রীয় নৃত্য বুলিলে কোনকেইটা নৃত্যক বুজা যায়?
সত্রীয়া নৃত্যই কেতিয়া শাস্ত্রীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰে?
সত্ৰীয়া নৃত্যক কি কি ভাগত ভগাব পাৰি?
অসমত মার্গীয় শৈলীৰ প্ৰতিষ্ঠিত পৰম্পৰা বহন কৰিব পৰা ধাৰা কেইটা আৰু কি কি?
মাটিৰ আখৰা মানে কি বুজা?
খুটি তালৰ প্ৰয়োগ প্রধানতঃ সত্ৰীয়া নৃত্যৰ কোনটো নৃত্য প্ৰকৰণত অধিকভাৱে কৰা হয়?
অসমীয়া পুথিচিত্ৰৰ প্ৰাচীনতম নিদর্শন বুলিলে কোনখন পুথিক অভিহিত কৰা হয়?
'হস্তি বিদ্যার্ণর' পুথিখন কোনে ৰচনা কৰিছিল?
অসমৰ স্থাপত্যৰ নিদৰ্শন বুলিলে প্রধানকৈ কোনখিনিক বুজায়?
মার্গীয় সংস্কৃতি মানে কি?
পুৰণি অসমৰ মাৰ্গীয় শৈলীৰ কেইটাৰ বিষয়ে এটি টোকা লিখা।
শংকৰদেৱে 'সত্ৰ' শব্দটো কি অৰ্থত ব্যৱহাৰ কৰিছে?
অসমীয়া জাতীয় জীবনত সত্ৰৰ ভূমিকা কি?
সত্ৰীয়া নৃত্যৰ বিষয়ে চমুকৈ লিখা।
সত্ৰীয়া নৃত্য সৃষ্টিৰ তাৎপর্য সম্পর্কে চমু আলোচনা কৰা।
সত্ৰীয়া নৃত্যৰ প্ৰকৰণসমূহ কি কি?