(ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল।
(খ) বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল।