Add Book Write Article
Cancel

ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?

By uf9b861367c on 2 weeks ago
April 4, 2025, 2:59 p.m.

নৱবৈষ্ণৱ ধৰ্ম প্রচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্রী মন্ত শংকৰদেৱ আৰু শ্রী মন্ত মাধৱদেৱে ৰচনা কৰা এক শ্রেণীৰ ওখ আধ্যাত্মিক ভাব আৰু ৰাগ-তাল সম্বলিত গীতকেই ‘বৰগীত’ আখ্যা দিয়া হয়। এই বৰগীত সমূহৰ ৰাগ,তাল,সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্রৱাহ লক্ষ্য কৰা যায় । সেইবাবে ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।