Add Book Write Article
Cancel

"নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে কি?

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:56 a.m.

"নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান ।