Add Book Write Article
Cancel

বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল?

By u255f5c61b2 on 1 week ago
April 8, 2025, 2:48 p.m.

বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া আৰু ভাৰতীয় জাতীয়তাবাদক দুর্বল কৰা।